সহায়:ল'গইন জাননী

From mediawiki.org
This page is a translated version of the page Help:Login notifications and the translation is 73% complete.

চিন্তা নকৰিব!

নমস্কাৰ, আপোনাৰ একাউণ্টত কোনোবাই ল'গইনৰ প্ৰচেষ্টা কৰাৰ জাননী পাই আপুনি এই পৃষ্ঠালৈ আহিছে? চিন্তা নকৰিব! আপোনাৰ একাউণ্ট এতিয়াও সুৰক্ষিত হৈ আছে।

মই জাননী(বোৰ) কিয় পাওঁ?

আপুনি জাননী পোৱাৰ কাৰণ হ'ল- কোনোৱে আপোনাৰ একাউণ্টত লগিন কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সক্ষম নহ'ল। য'দি চেষ্টা পূৰ্বতে ৱিকিমিডিয়াত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ নকৰা কোনো যন্ত্ৰৰপৰা কৰা হৈছিল, তেন্তে প্ৰথম বিফল চেষ্টাৰ পাছতে আপোনালৈ এই জাননী প্ৰেৰণ কৰা হৈছে, আৰু যদি আগতে আপুনি ৱিকিমিডিয়াত প্ৰৱেশ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল, তেন্তে ৫বাৰ অসফলভাৱে চেষ্টা কৰাৰ পাছতহে আপোনালৈ এই জাননী প্ৰেৰণ কৰা হৈছে।

এই জাননী ২০১৭ চনত LoginNotifyৰ দ্বাৰা সৃষ্টি কৰা হৈছিল।

মন কৰক যে এই জাননী প্ৰেৰণ কৰিবলৈ কুকিজ ব্যৱহাৰ কৰা হয়। যদি আপুনি ব্ৰাউজাৰৰ কুকিজ বিলোপ কৰিছিলে বা ইনকগ্নিটো বা প্ৰাইভেট ব্ৰাউজিং ব্যৱহাৰ কৰিছিল, তেন্তে এই জাননী আপুনি ভুলতে পাবও পাৰে।

মই কি কৰা উচিত?

আপুনি এটি শক্তিশালী আৰু অনন্য গুপ্তশব্দ ব্যৱহাৰ কৰা উচিত। যদি আপুনি ভাবে যে আপুনি বৰ্তমানে ব্যৱহাৰ কৰি থকা গুপতশব্দ শক্তিশালী আৰু অনন্য নহয়, তেন্তে আপুনি নিজৰ গুপ্ত‌শব্দ সলনি কৰা উচিত। ফাদিল হোৱা গুপ্ত‌শব্দৰ এক গৱেষণা অনুযায়ী, ১০ নিযুত লোকৰ ১৭%ৰেই গুপ্তশব্দ "123456" আছিল।[1] Don't be one of them!

তেওঁলোকৰ এজন নহ'ব! যদি আপোনাৰ গুপ্তশব্দ আপুনি শক্তিশালী বুলি ভাবে, আপুনি তথাপিও গুপ্তশব্দ সলাব পাৰে, যদি আপুনি ভাবে যে অন্য কোনোৱে আপোনাৰ অনুমতি অবিহনে আপোনাৰ একাউণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে।

লগতে, আপুনি নিজৰ একাউণ্টৰ সৈতে ই-মেইল আই-ডি যোগ কৰিব পাৰে, যাতে নিজৰ একাউণ্টত প্ৰৱেশ কৰিব নোৱাৰিলে আপুনি সহায় লাভ কৰে। আপুনি পচন্দসমূহ পৃষ্ঠাৰ প্ৰথম পেনেলত এনে কৰিব পাৰে। লগতে আপুনি একাউণ্ট হাইজেকিং প্ৰতিৰোধ কৰাৰ বিষয়ে এই শাৰীৰ নীলা লিংকত ক্লিক কৰি পঢ়ি চাব পাৰে। ইণ্টাৰনেটৰ বাবে কিছুমান সাধাৰণ উপদেশ প্ৰদান কৰা হৈছে।


এই বৈশিষ্ট্যবোৰে কেনেকৈ কাম কৰে?

বিফল প্ৰৱেশ-প্ৰচেষ্টাৰ জাননী ইক'ত
অন্য ৱিকিত দেখা পোৱা প্ৰৱেশৰ প্ৰচেষ্টাৰ জাননী

এই বৈশিষ্ট্যত পৰিচিত ব্ৰাউজাৰৰ চিন ৰখা হয় ব্ৰাউজাৰত এটি HTTP কুকি ব্যৱহাৰ কৰি। এই কুকিৰ সময় ১৮০ দিনত নিজেইয়ুকলি যায়। যদি কোনো নতুন ব্ৰাউজাৰৰপৰা প্ৰৱেশ-প্ৰস্তাৱ আহে, আপোনালৈ এটি ইক' প্ৰেৰণ কৰা হয়। আন এক পদ্ধতি হ'ল বৰ্তমানৰ আই পি এড্ৰেছ চাবনেটৰ তুলনা শেহতীয়াকৈ ব্যৱহৃত আই পি এড্ৰেছসমূহৰ সৈতে কৰা (অস্থায়ী চাৰ্ভাৰ কেশ্বত সংৰক্ষিত)। কোনো তথ্য ডেটাবে'ছত ৰখা নহয় আৰু ব্যক্তিগত তথ্য কেতিয়াও ৰাজহুৱা কৰা নহয়- আক্ৰমণৰ আই পি এড্ৰেছ আৰু স্থানো। WMF আইনী আৰু সুৰক্ষা গোটে দুয়ো গোপনীয়তা নীতি পালন কৰা হৈছে নে নাই, সেই কথা পুনৰীক্ষণ কৰে।

পৰিচিত যন্ত্ৰ/ আই পিৰ বাবে, আমি ৫ প্ৰৱেশ-প্ৰচেষ্টাৰ অনুমতি প্ৰদান কৰোঁ আৰু তাৰ পাছতহে জাননী প্ৰেৰণ কৰোঁ, কাৰণ গুপ্তশব্দ ভুলকৈ লিখা এক সাধাৰণ ঘটনা। যদি ৫তকৈ অধিক অসফল প্ৰচেষ্টা দেখা যায়, তেন্তে জাননীত লিখা হ'ব- "There have been 5 failed attempts to log in to your account since the last time you logged in. If it wasn't you, please make sure your account has a strong password."। ১০টা, ১৫টা আদি প্ৰচেষ্টাৰ পাছত পুনৰ জাননী প্ৰেৰণ কৰা হ'ব।

অচিনাকী যন্ত্ৰ আই পিৰ ক্ষেত্ৰত, আমি এটি ভুল প্ৰয়াসৰ পাছতে জাননী প্ৰেৰণ কৰোঁ। বাৰে বাৰে জাননী প্ৰেৰণ কৰাৰ সলনি, পিচে, সদস্যক স্পেম কৰাৰপৰা বিৰত থাকিবলৈ, সকলো জাননী এক গোট কৰা হয়। উদাহৰণ স্বৰূপে- ৩টা অসফল প্ৰেচেষ্টাৰ পাছত এটি জাননী প্ৰেৰণ কৰা হ'ব এনেদৰে- "There have been 3 failed attempts to log in to your account from a new device since the last time you logged in. If it wasn't you, please make sure your account has a strong password.".

মন কৰিবলগীয়া কথা

There are two ways for users to get these notifications – either by web Echo notifications or by email. By default, the web and email notifications are on for everyone. This is configurable in the notification preferences.

সফল ল'গইনসমূহ

The extension allows you to get an email when a user logs in successfully to your account from an unfamiliar device and IP. This is especially helpful for admins or other functionaries who are concerned that their rights might be misused. This notification is on by default. Note that the web notifications are disabled for this feature. The email text says: "Someone (probably you) recently logged in to your account from a new device. If this was you, then you can disregard this message. If it wasn't you, then it's recommended that you change your password, and check your account activity." You can disable this in your preferences.

এটা শক্তিশালী পাছৱৰ্ড

There is a lot of advice available online about making a strong password. Here is some general advice about passwords:

  • "Select strong passwords – eight or more characters long, and containing letters, digits, and punctuation". (Source: Security/Password reset on Meta). Know more about passwords and security.
  • "As a rule of thumb, a password that is reasonably long, with a mixture of upper and lowercase letters and numbers, and not mostly made up of dictionary words or names or personal information (date of birth, cat's name, etc.) is likely to be reasonably strong for everyday use. Passwords that consist of just lowercase letters can also be reasonably strong, but they must be significantly longer". (Source: User account security on English Wikipedia).

তথ্যসূত্ৰ