Translations:Help:Logging in/9/as

From mediawiki.org
  • আপোনাৰ নিজা এটা "সদস্য পৃষ্ঠা" থাকিব য'ত আপুনি নিজৰ বিষয়ে পৰিচয়মূলক টোকা লিখি ৰাখিব পাৰে। আপোনাৰ "সদস্য আলোচনা পৃষ্ঠা"ৰ জৰিয়তে আপুনি আন সদস্যৰ লগত যোগাযোগ কৰিব পাৰিব।
  • আন সদস্যক অসুবিধাত নেপেলাবলৈ আপুনি কোনো সম্পাদনাক অগুৰুত্বপূৰ্ণ বুলি চিহ্নিত কৰিব পাৰে।
  • আপোনাৰ আগ্ৰহ থকা পৃষ্ঠাবোৰৰ সালসলনি চাবলৈ এখন লক্ষ্য-তালিকা থাকিব।