Translations:Help:Logging in/3/as

From mediawiki.org

!!FUZZY!!সদস্য একাউণ্ট খোলাৰ অৰ্থ হ'ল আপুনি এটা সদস্যনাম (আপোনাৰ প্ৰকৃত নাম বা ছদ্মনাম) আৰু এটা গুপ্তশব্দ দিয়া। সদস্যনামটো আগৰে পৰা থাকিলে প্ৰণালীয়ে ইয়াক নাকচ কৰিব। এটা সদস্য একাউণ্ট এবাৰেই সৃষ্টি কৰিব পাৰি। ইয়াৰ পাছত আপুনি "প্ৰৱেশ" (log in) কৰিব পাৰে। পাছৰবাৰ প্ৰৱেশ কৰিব খুজিলে আপুনি একেটা সদস্যনাম আৰু গুপ্তশব্দ ব্যৱহাৰ কৰিব।