Translations:Help:Logging in/10/as

From mediawiki.org
  • আপুনি নিবিচাৰিলে ইমেইল ঠিকনা নিদিবও পাৰে। কিন্তু যদি ইমেইল ঠিকনা দিয়ে তেন্তে তলৰ সুবিধাবোৰ লাভ কৰিব:
    • গুপ্তশব্দ পাহৰিলে নতুন এটা দিব পাৰিব,
    • পছন্দসমূহত ঠিক কৰি ৰাখিলে নিৰ্দিষ্ট ঘটনাৱলীৰ স্বয়ংক্ৰিয় জাননী পাব,
    • পছন্দসমূহত ঠিক কৰি ৰাখিলে আন সদস্য‌ই আপোনালৈ ইমেইল পঠিয়াব পাৰিব (সেইজন সদস্য‌ই আপোনাৰ ইমেইল ঠিকনাটো নেদেখে),
    • আন সদস্য আৰু প্ৰশাসকলৈ ইমেইল পঠিয়াব পাৰে (আপুনি ইমেইল পঠিয়ালে ঠিকনাটো দৃশ্যমান হ'ব)।