MediaWiki/as
মেডিয়াৱিকি এখন সহযোগিতা আৰু ডকুমেন্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।
মেডিয়াৱিকি চফ্টটৱেআৰৰ হেজাৰমান ৱবচাইট আৰু হেজাৰমান কোম্পেনী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপেডিয়া আৰু এই ৱেবচাইটখনো চলায়। মেডিয়াৱিকি আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰিব দিয়ে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু খুলা, এক্চটেনচিবল, কাস্টোমাইজাবল, বিশ্বাসনীয়, আৰু বিনা-টকাৰ উপলব্ধ। জানক মেডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয়।
মেডিয়াৱিকি চেট-আপ কৰি চলাওঁক
- মেডিয়াৱিকি ডাউনলোড, স্থাপিত আৰু কনফিগাৰ কৰক।
- এক্সটেনচন দি ফাঙ্কচনেলিটি বঢ়াওঁক
- সমস্যা? ত্রুটি আৰু লক্ষণ আৰু FAQ চাওঁক
- নিজৰ চার্ভাৰ নাই? হোচ্টিং চার্ভাৰ চাওঁক
- পেশেৱৰ বিকাশ আৰু সহায় পাওঁক
- মেডিয়াৱিকি চ্টেকহোল্ডাৰ সদস্য সমূহৰ অংশ হে যাএঁক
মেডয়াৱিকি সম্পাদিত আৰু ইয়াৰ ব্যবহাৰ কৰক
কোড ডেভেলপ কৰক আৰু বঢ়াওঁক
- Read the MediaWiki developer documentation
- Visit the Wikimedia Developer Portal
সাহায্য পাওঁক আৰু যোগদান কৰক
- মেডিয়াৱিকিৰ কোনো সমস্যাৰ উত্তৰ পোৱা নাই? চাপোর্ট ডেস্কক শুধক!
- অনুবাদক, ডিজাইনাৰ, ডকুমেন্টেচন লেখক, টেচ্টাৰ, টেক অ্যাম্বাচেডৰৰ, … হিচাপে আহি যাওঁক
- ভুল চফ্টৱেআৰ ৰিপোর্ট কৰক বা সুবিধাৰ প্রস্তাব কৰক
সংবাদ
- 2023-06-30
MediaWiki 1.40.0 is now available.
MediaWiki 1.35.11, 1.38.7 and 1.39.4 security releases are now available.
MediaWiki 1.38.x versions are now end of life.